মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

সাংসদ নিধি যোজনাসমূহ

  • নিৰ্দেশনাৱলীসমূহ তৈয়াৰৰ বাবে,

                এই পৃষ্ঠাৰ নিম্নাংশত থকা সাংসদ নিধি নিৰ্দেশনাৱলী ২০১৬ চাওক।

                অসমত সাংসদ নিধি তহবিলৰ উপযোগৰ স্থিতিৰ খতিয়ানৰ বৈঠকসমূহ

    ২৪ জুন, ২০১৬ – গুৱাহাটী আৰু ইয়াৰ আশে পাশে সংসদ নিধিৰ কাৰ্যসমূহ পৰ্যবেক্ষণৰ উদ্দেশ্যে লোকসভাৰ সংসদীয় সমিতিৰ গুৱাহাটী ভ্ৰমণ। ইয়াৰ উপৰিও সমিতিখনে অসম চৰকাৰৰ মুখ্য প্ৰশাসনীয় সচিব (Chief Secretary)ৰ সৈতে অসমত সাংসদ নিধি যোজনাৰ ৰূপায়ণ সম্পৰ্কে অনানুষ্ঠানিক বৈঠক সম্পন্ন কৰে।

    আঁচনিসমূহৰ পৰ্যবেক্ষণ

                এই বিভাগৰ সঞ্চালক(ডি.চি.পি) য়ে সহকাৰী COD ৰ লগত ২০১৬ চনৰ অক্টোবৰ মাহত গোলাঘাট আৰু শিৱসাগৰ জিলাৰ লগতে নৱেম্বৰ মাহত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা ভ্ৰমণ কৰে।

    Downloads
    সাংসদ নিধি যোজনাসমূহ
    TitleSizeDetail
    MLA’S Area Development Scheme392.5 KBswf-image
    MPLADS Guideline 20161.62 MBswf-image
    MPLADS Guideline 20051.65 MBswf-image
    Minutes of the workshop on MPLAD265.98 KBswf-image