মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

সাধাৰণ প্ৰশাসন

  • বিভাগৰ কৰ্ম পদ্ধতি বিভাগৰ সাধাৰণ প্ৰশাসনীয় শাখাত সকলো লাগতীয়াল বিভাগ/কোষ আৰিু সঞ্চালকালয়ৰ কৰ্মচাৰী আৰু সংস্থাপনৰ কামৰ লগতে চেক্ৰেটাৰীয়েল কামসমূহো কৰা হয়। প্ৰধান সচিব ডাঙৰীয়া হৈছে ইয়াৰ মুৰব্বী।এই বিভাগৰ বিষয়াবৰ্গক ভাৰতীয় প্ৰশাসনীয় সেৱা/অসম অসামৰিক সেৱা আৰু অসম বিত্তীয় সেৱা বিভাগৰ পৰা অনা হয়। কৰ্মচাৰীসকলক অসম চৰকাৰৰ সচিবালয় প্ৰশাসন বিভাগৰ পৰা অনা হয়।