মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

ধৰ্মজ্যোতি আঁচনি

  • নিৰ্দেশাৱলীসমূহ তৈয়াৰৰ বাবে,

    এই পৃষ্ঠাৰ নিম্নাংশত থকা ধৰ্মজ্যোতি আঁচনি চাওক।

    বিত্তৰ মঞ্জুৰী আৰু বিমোচন-

                ২০১১-১২ৰ পৰা ২০১৫-১৬ বৰ্ষলৈ ইতিমধ্যে ৭.৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে/উপযোগ কৰা হৈছে আৰু ১,৩৩,৪৪৬গৰাকী লোক এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ২০১১-১৭ বিত্তীয় বৰ্ষৰ বাবে এই আঁচনি ৰূপায়ণৰ বাবে ১৫০.০০ লাখ টকা মুকলি কৰি দিয়া হৈছে। চলিত বৰ্ষৰ বাবে আবণ্টিত ১৫০ লাখ টকাৰ মঞ্জুৰি প্ৰক্ৰিয়াধীন হৈ আছে।