মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

অসমত সাৰ্বজনীন ব্যক্তিগত অংশীদাৰিত্বৰ প্ৰকল্পসমূহ

  • PPP প্ৰকল্পসমূহৰ শেহতীয়া সমীক্ষা

    নিষ্পন্ন প্ৰকল্পসমূহ

    ক্ৰমাংক নংপ্ৰকল্পৰ নামপ্ৰযোজনা বিভাগ/সংস্থাপ্ৰাককলন

    ১

    গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যীকৰণ (যাতায়ত সংকেত)

    GMDA (গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ)

    ৫

    ২

    পৌৰাঞ্চলৰ গোটা জাবৰ ব্যৱস্থাপনা

    গুৱহাটী পৌৰ নিগম

    ১০২

    ৩

    চম্পাৱতী শক্তি প্ৰকল্প, কোকৰাঝাৰ

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ৩৬

    ৪

    গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, তেজপুৰ

    কাৰিকৰী শিক্ষা সঞ্চালকালয়

    ১০

     

     

    PPP নিৰ্মীয়মান প্ৰকল্পসমূহ

    ক্ৰমাংক নংপ্ৰকল্পৰ নামপ্ৰযোজনা বিভাগ/সংস্থাপ্ৰাককলন

    ১

    গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ খণ্ড উন্নয়ন (খেল গাঁও)

    গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষ

    ২০০

    ২

    গুৱাহাটী পৌৰ নিগমৰ খণ্ড উন্নয়ন

    গুৱহাটী পৌৰ নিগম

    ১৫

    ৩

    দিচাং ক্ষুদ্ৰ জলবিদ্যুত্ প্ৰকল্প (3 x 3 mw মেগাৱাট)

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ৬৫.৫৭

    ৪

    বৰদিকৰাই শক্তি প্ৰকল্প (৪.৭ মেগাৱাট)

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ৪৬.৯৩

    ৫

    পহুমাৰা শক্তি প্ৰকল্প (২ মেগাৱাট)

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ১৫.৬৬

    ৬

    ৰূপাই শক্তি প্ৰকল্প (০.৪ মেগাৱাট)

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ৩.৭

    ৭

    অমৃত জৈৱ শক্তি প্ৰকল্প, জাগীৰোড (১ x ১০ মেগাৱাট)

    অসম ৰাজ্যিক বিদ্যুত্ পৰিষদ

    ৪৭.৩৮

    ৮

    ৬০ মেগাৱাটৰ তাপীয় শক্তি প্ৰকল্প

    অসম শক্তি উত্পাদন নিগম সীমিত

    ২৩৪.৫

    ৯

    জ্ঞানৰ চহৰ

    বি.টি.চি.

    ৩০০

     

    ১০

    গুৱাহাটীত পঞ্চ তাৰকা হোটেল

    পৰ্যটন  

    ৬০

     

                                                                                                                           

    প্পাইপ লাইন প্ৰকল্পসমূহ

    ক্ৰমিক নংখণ্ডপ্ৰকল্পৰ সংখ্যা

    ১

    গড়কাপ্তানি বিভাগ

    ৬

    ২

    নগৰীয়া পৰিকাঠামো

    ১২

    ৩

    শক্তি

    ২

    ৪

    অন্যান্য

    ৮