মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

সুহৃদ আঁচনি

  • এই পৃষ্ঠাৰ নিম্নাংশত থকা সুহৃদ আঁচনিৰ মঞ্জুৰী আৰু সুহৃদৰ নিৰ্দেশাৱলী তথা আবেদনৰ প্ৰপত্ৰ চাওক।

    শুদ্ধিপত্ৰ

                এই পৃষ্ঠাৰ নিম্নাংশত থকা শুদ্ধিপত্ৰ চাওক।

    বিত্তৰ মঞ্জুৰী আৰু বিমোচন –

                প্ৰত্যেক বিধানসভা সমষ্টিত ১০০ লাখ টকাকৈ মুঠ ১২৬০০.০০ লাখ টকাৰ ধনৰাশি এতিয়ালৈ ১২৬টা বিধানসভা সমষটিলৈ মুকলি কৰি দিয়া হৈছে। তাৰোপৰি মুঠ ১৩০০.০০ লাখ ধনৰাশিৰ প্ৰত্যেক বিধানসভা সমষ্টিত ৫০.০০ লাখ টকাকৈ ১২৬টা সমষ্টিলৈ সংশ্লিষ্ট বিধায়কৰ অনুমোদন সাপেক্ষে দৰিদ্ৰসকলক আৰ্থিক সহায্য প্ৰদানৰ উদ্দেশ্যে ২০১৬-১৭ বৰ্ষৰ বাবে সংশ্লিষ্ট উপায়ুক্তই ইতিমধ্যে মুকলি কৰি দিছে।

    আঁচনিসমূহৰ পৰ্যবেক্ষণ-

                এই বিভাগৰ সঞ্চালকৰ লগতে DyCod-এ ২০১৬ চনৰ অক্টোবৰ মাহত গোলাঘাট আৰু শিৱসাগৰ জিলা ভ্ৰমণ কৰাৰ লগতে নৱেম্বৰ মাহত কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা ভ্ৰমণ কৰে।

    উন্নীতকৰণ

                প্ৰগতিৰ খতিয়ান, উপযোগ প্ৰমাণপত্ৰ ইত্যাদি।

    Downloads
    সুহৃদ আঁচনি
    TitleSizeDetail
    Sanction for SUHRID Scheme488.15 KBswf-image
    Guideline and Application Form for SUHRID586.9 KBswf-image