মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

জ্ঞানজ্যোতি আঁচনি-

  • নিৰ্দেশাৱলীসমূহ তৈয়াৰৰ বাবে,

    এই পৃষ্ঠাৰ নিম্নাংশত/অন্তত থকা জ্ঞানজ্যোতি আঁচনি চাওক।

    বিত্তৰ মঞ্জুৰী আৰু বিমোচন-

                ২০১১-১২ৰ পৰা ২০১৫-১৬ বৰ্ষলৈ ইতিমধ্যে ৭ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু ১২,৩৬২গৰাকী ছাত্ৰ-ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে। ২০১১-১৭ বিত্তীয় বৰ্ষৰ বাবে ৩ কোটি টকা আৱণ্টন কৰা হৈছে।

    চলিত বৰ্ষৰ বাবে আৱণ্টিত ৩০০ লাখ টকাৰ মঞ্জুৰি প্ৰক্ৰিয়াধীন হৈ আছে।

     

    Downloads
    জ্ঞানজ্যোতি আঁচনি-
    TitleSizeDetail
    Gyanjyoti Scheme149 KBswf-image