বিত্ত মন্ত্ৰীয়ে দিয়া বাজেট ভাষণৰ উপৰিও সংসদত কৰা বাজেটৰ নথিত নিম্নোক্ত কথাখিনি আছে –
A, B, C আৰু D ক্ৰমিকত দেখুওৱা নথিসমূহ ভাৰতৰ সংবিধানৰ ১১২, ১১৩, ১১৪(৩) আৰু ১১০(ক) অনুচ্ছেদ মতে বাধ্যতামূলক আনহাতে ক্ৰমিক F, G আৰু Hৰ নথিসমূহ Fiscal Responsibility and Budget Management Act 2003ৰ বিধান মতে দাখিল কৰা হৈছে। আন আন নথিসমূহ বাধ্যতামূলক নথিৰ ব্যাখ্যামূলক বিৱৰণ যিবিলাকে ব্যৱহাৰকাৰীক তত্কালীনভাৱে আগৰ কথাবিলাক উনুকিয়াই দিব। এই সকলোবিলাক নথিৰ হিন্দী অনুবাদসমূহো সংসদত দাখিল কৰা হৈছে।