মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

ডিজি লকাৰ

ডিজি লকাৰ হৈছে ভাৰত চৰকাৰৰ মেঘাচ্ছন্ন হৈ থকা, এখন মঞ্চ যত নথিসমূহ পৰীক্ষা কৰি কম্পিউটাৰযোগে চাৰ্টিফিকেট দিয়া হয়।

কাগজহীন শাসনৰ ধাৰণাটি লক্ষ্য কৰি, ডিজি লকাৰ হৈছে এনে এক মঞ্চ যত ডিজিটেল ৰূপত দস্তাবেজ আৰু প্ৰমাণ পত্ৰ পৰীক্ষা আৰু জাৰি কৰিব পাৰে যাতে শাৰিৰীক নথি পত্ৰৰ ব্যৱহাৰ নিৰ্মূল কৰিব পৰা যায়। ভাৰতীয় নাগৰিক যিয়ে ডিজি লকাৰত চাইন আপ কৰে তেওঁলোকে এক সমৰ্পিত ক্লাউড ষ্টোৰেজ পাই যি আধাৰ নম্বৰৰ লগত সংলগ্ন। ডিজিটেল লকাৰত পঞ্জীভূত সংগঠনসমূহে দস্তাবেজ আৰু প্ৰমাণ পত্ৰ( যেনে- ড্ৰাইভিঙ লাইচেঞ্চ, ভোটাৰ প্ৰমাণ পত্ৰ, বিদ্যালয় প্ৰমাণ পত্ৰ)ৰ ইলেক্ট্ৰনিক কপি কৰিব পাৰে। নাগৰিকসকলে তেওঁলোকৰ খাতাত নিজৰ লিগেচি দস্তাবেজৰ স্কেন কপি আপলোড কৰিব পাৰে। ইলেক্ট্ৰনিক হস্তাক্ষৰৰ সুবিধা প্ৰয়োগ কৰি এই লিগেচি দস্তাবেজক ইলেক্ট্ৰনিক ৰূপত হস্তান্তৰিত কৰিব পৰা যায়।

এই লকাৰৰ জৰিয়তে তলত উল্লেখিত সুবিধাসমূহ লাভ কৰা হয়-

(১) নাগৰিকসকলে যিকোনো সময়তে, যিকোনো ঠাইতে নিজৰ ডিজিটেল দস্তাবেজসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু এইবোৰৰ অনলাইন বিতৰণ কৰিব পাৰে। এইটো সুবিধাজনক আৰু সময় সঞ্চয়ক।

(২) কাগজ পত্ৰৰ ব্যৱহাৰক কমাই চৰকাৰী বিভাগৰ প্ৰশাসনিক কাম- কাজৰ ভাৰ হ্ৰাস কৰে।

(৩) ডিজিটেল লকাৰে নথিসমূহৰ সত্যতা প্ৰমাণ কৰাটো সহজ কৰি তোলে কাৰণ বিশেষভাৱে নিয়োজিত বিষয়াৰ দ্বাৰা এইবোৰ জাৰি কৰা হয়।

(৪) স্ব- আপলোডকৃত নথিসমূহ ই- হস্তাক্ষৰৰ ব্যৱহাৰ কৰি হস্তাক্ষৰ কৰা হয়( যি স্ব- সাক্ষ্য প্ৰক্ৰিয়াৰ অনুৰূপ)।

ডিজিটেল লকাৰ ব্যৱস্থাত নিম্নলিখিত সকল হল প্ৰধান অংশীদাৰঃ

  • জাৰিকৰ্তাঃ ব্যক্তিসকলক এক নিৰ্দিষ্ট বিন্যাসত ই- নথিসমূহ জাৰি কৰা হয় আৰু এইবোৰ বৈদ্যুতিকভাৱে উপলব্ধ কৰোৱা হয়, উদাহৰণ স্বৰূপে- চিবিএচই, ৰেজিষ্ট্ৰাৰ কাৰ্য্যালয়, আয়কৰ বিভাগ ইত্যাদি।
  • অনুৰোধকাৰীঃ একোটা সংগ্ৰহ স্থলৰ মাধ্যমত সংৰক্ষিত( যেনে- বিশ্ববিদ্যালয়, পাচপোৰ্ট কাৰ্য্যালয়, ক্ষেত্ৰীয় পৰিবহণ কাৰ্য্যালয় আদি) এক নিৰ্দিষ্ট ই- দস্তাবেজ নিৰাপদভাৱে পোৱাৰ বাবে অনুৰোধ কৰে।
  • আবাসীঃ এজন ব্যক্তি যি আধাৰ সংখ্যৰ ওপৰত ভিত্তি কৰিজ ডিজটেল লকাৰ সেৱাৰ ব্যৱহাৰ কৰে।

ডিজি লকাৰ পদ্ধতিৰ প্ৰধান প্ৰযুক্তি উপাদান হল-

  • সংগ্ৰহস্থলঃ ই-দস্তাবেজৰ সংগ্ৰহ যি সুৰক্ষিত , বাস্তৱিক সময়ত উপলব্ধ হোৱাকে এপিআই মাধ্যমত প্ৰকাশ কৰা হৈছে।                                                        
  • প্ৰৱেশ দ্বাৰঃ অনুৰোধ কৰ্তাসকলক ইউ আৰ ৰ ব্যৱহাৰ কৰি বাস্তৱিক সময়ত বিভিন্ন সংগ্ৰহ স্থলীৰ পৰা ই- দস্তাবেজ পাবৰ কাৰণে নিৰাপদ অনলাইন পদ্ধতি।
  • ডিজি লকাৰ পোৰ্টেলঃ ই- দস্তাবেজৰ সংৰক্ষণৰ কাৰণে প্ৰত্যেক ব্যক্তিয়ে আধাৰৰ লগত ক্লাউড ষ্টৰেজ স্পেছৰ লগত সংযুক্ত কৰিব লাগে।

ডিজি লকাৰৰ বিষয়ে সবিশেষ বৰ্ণনা আছে-

https://digi locker.gov.in/resourse-centrer.php

ডিজি লককাৰৰ কাৰণে sign up কৰাৰ্ত