মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কেন্দ্ৰীয় বাজেট আৰু অৰ্থনৈতিক জৰীপ

বিত্ত মন্ত্ৰীয়ে দিয়া বাজেট ভাষণৰ উপৰিও সংসদত কৰা বাজেটৰ নথিত নিম্নোক্ত কথাখিনি আছে –

  • বাৰ্ষিক বিত্তীয় বিৱৰণ (AFS)
  • অনুদানৰ প্ৰয়োজন (DG)
  • বিনিয়োগ বিধেয়ক
  • বিত্তীয় বিল
  • ২০১৫ৰ বিত্তীয় বিলৰ আয়োজনসমূহৰ ব্যাখ্যাৰ স্মাৰক
  • বিত্তীয় বৰ্ষৰ বাবে বৃহত্ অৰ্থনৈতিক পৰিকাঠামো
  • বিত্তীয় বৰ্ষৰ বাবে ৰাজস্ব নীতিৰ কৌশলৰ বিৱৰণ
  • মধ্যকালীন ৰাজস্ব নীতিৰ ব্যৱস্থা
  • ব্যয়ৰ খচৰা
  • ব্যয়ৰ বাজেট
  • প্ৰাপ্তিৰ বাজেট
  • পলকতে বাজেট
  • বাজেটৰ গুৰুত্বপূৰ্ণখিনি
  • বাজেট ঘোষণাৰ সঁজুলিসমূহ

A, B, C আৰু D ক্ৰমিকত দেখুওৱা নথিসমূহ ভাৰতৰ সংবিধানৰ ১১২, ১১৩, ১১৪(৩) আৰু ১১০(ক) অনুচ্ছেদ মতে বাধ্যতামূলক আনহাতে ক্ৰমিক F, G আৰু Hৰ নথিসমূহ Fiscal Responsibility and Budget Management Act 2003ৰ বিধান মতে দাখিল কৰা হৈছে। আন আন নথিসমূহ বাধ্যতামূলক নথিৰ ব্যাখ্যামূলক বিৱৰণ যিবিলাকে ব্যৱহাৰকাৰীক তত্কালীনভাৱে আগৰ কথাবিলাক উনুকিয়াই দিব। এই সকলোবিলাক নথিৰ হিন্দী অনুবাদসমূহো সংসদত দাখিল কৰা হৈছে।