মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

কৰ্ম তালিকা আৰু দায়িত্ব

    বিকেন্দ্ৰীকৃত পৰিকল্পনা – কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
    শ্ৰীমতী পল্লৱী ৰাভাযুটীয়া সঞ্চালকr১. হাজিৰা বহী সাব্যস্ত কৰাকে ধৰি কৰ্মসূচীৰ সকলো সংস্থাপন কাৰ্য
    ২. ডি.ডি.চি. আৰু অন্যান্য সভাবোৰৰ গৃহীত প্ৰস্তাৱ অনুধাবন, ৰাজ্যপালৰ প্ৰতিবেদন, ৰাজ্যপালৰ প্ৰতিবেদন, মুখ্যমন্ত্ৰীৰ বক্তব্য প্ৰস্তুত কৰণ।
    ৩. কল্পতৰু, জ্ঞানজ্যোতি আঁচনিৰ বিষয়ে চোৱাচিতা কৰা
    ৪. তথ্য জনাৰ অধিকাৰ আইনৰ সংযোগী বিষয়া
    শ্ৰীমতী বি. সিনহাজ্যেষ্ঠ গৱেষণা বিষয়া

    ১. নিৰ্দেশনা, অনুমোদন কৰা, চিলিং ধাৰ্য কৰা আৰু এম.এল.এ.এ.ডি আঁচনিৰ ব্যৱহাৰিক প্ৰমাণ পত্ৰ সংগ্ৰহ কৰা

    ২. বিধানসভাৰ প্ৰশ্নৰ উত্তৰসমূহ প্ৰস্তুত কৰা, এম.আই.এছ., অন্যান্য ইত্যাদি
    ৩. বাজেট বিতৰ্ক, পুনৰীক্ষণ সম্পৰ্কীয় কথাসমূহ
    শ্ৰী বি. বৰুৱাবিভাগীয় উপ-প্ৰধান

    ১. আনটাইড ফাণ্ড আঁচনিৰ বাবে নিৰ্দেশনা, অনুমোদন আৰু চিলিং ধাৰ্য কৰা

    ২. অসামৰিক/ৰাজহ জমা মুকলি কৰণ

    ৩. আনটাইড ফাণ্ডৰ ব্যৱহাৰিক প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰণ

    ৪. এম.পি.এল.এ.ডি. আঁচনিৰ বাজেট বিতৰ্ক, পুনৰীক্ষণ সম্পৰ্কীয় সভা, আৰ.এফ.ডি. সম্পৰ্কীয় সকলো কথা আদি

    ৫. আনটাইড ফাণ্ডৰ আঁচনিসমূহ অনুধাৱন কৰা

    ৬. বিধানসভাৰ প্ৰশ্নোত্তৰসমূহৰ উত্তৰ দিয়া
    শ্ৰীমতী পঞ্চমী দুৱৰাগৱেষণা বিষয়া

    ১. যুটীয়া সঞ্চালকৰ জৰিয়তে তথ্য জনাৰ অধিকাৰ বিষয়সমূহ।

    ২. ধৰ্মজ্যোতি আঁচনিৰ পুঁজি অনুমোদন, চিলিং আৰু আৰু ব্যৱহাৰিক প্ৰমাণপত্ৰ সংগ্ৰহকৰণ ইত্যাদি
    শ্ৰী ৰবি শংকৰ বৰুৱাগৱেষণা বিষয়া১. বাৰ্ষিক প্ৰশাসনিক প্ৰতেবিদন প্ৰস্তুতকৰণ

    মূল্যায়ন আৰু নিৰীক্ষণ – কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
     সঞ্চালকবিভাগসমূহৰ কাৰ্য নিৰীক্ষণ আৰু সৰ্বতো প্ৰকাৰ দায়িত্ব
    শ্ৰী দিলীপ শৰ্মাঅতিৰিক্ত সঞ্চালক

    সকলো বিষয়া আবু বিভাগৰ কৰ্মচাৰীক পৰিচালনা কাৰ্যত সঞ্চালকক সহায় কৰা।

    অগ্ৰাধিকাৰ ভত্তিত চিনাক্ত কৰাৰ লগতে তেনে বিভাগসমূহৰ আঁচনিৰ পৰিচলানা, আঁচনি কৰা আৰু নিৰীক্ষণ কাৰ্যত সঞ্চালকক সহায় কৰা।

    ৰাজ্যিক ভিত্তিত বিভাগসমূহৰ নিৰীক্ষণ কৌশল প্ৰকাশত সঞ্চালকক সহায় কৰা।

    বিভাগসমূহৰ নিৰীক্ষণ আৰু মূল্যায়ন কাৰ্যকৰী কৰাৰ প্ৰৱাহমান পুনৰীক্ষণ পৰিচালনাত সঞ্চালকক সহায় কৰা।

    যুক্তিযুক্তভাৱে কৰ্মোদ্যমীসকলৰ বাবে ফলপ্ৰসূ পৰিচালনাৰ কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ বাবে পৰিকল্পনা, উজু কৰা, আগভাগ লোৱা স্বভাৱৰ গঢ় দিয়াৰ বাবে কৰ্মশালা আৰু প্ৰশিক্ষণ দিয়া কাৰ্যত সঞ্চালকক সহায় কৰা।

    মূল পৰিকল্পনা/আঁচনিৰ ইস্পিত ফল পাবলৈ কৰা মূল্যায়ন/প্ৰভাৱশালী মূল্যাংকন কৰা কাৰ্যত সঞ্চালকক সহায় কৰা কাৰ্য।

    আধুনিক উত্তম পদ্ধতিৰ নিৰীক্ষণ আৰু মূল্যায়ন পদ্ধতি ওচৰতে ৰাখিবলৈ নিৰীক্ষণ আৰু মূল্যায়নৰ ওপৰত গৱেষণা কৰা আৰু তাকে বৰ্তমানৰ আৰু ভৱিষ্যতৰ প্ৰকল্প, আঁচনি আৰু নীতিৰ অন্তৰ্গত কৰিবলৈ দায়িত্ব লোৱা।

    ৰাজ্যিক মূল্যায়ন কমিটীৰ সভা আৰু ৰাজ্যিক স্তৰৰ কৰ্ম বিভাগৰ নিৰীক্ষণ সভাসমূহ পৰিচালনাত সঞ্চালকক সহায় কৰা আৰু সেই সভাবিলাকৰ সিদ্ধান্তবিলাক সুনিৰ্দিষ্ট এজেন্সি/বিভাগবিলাকে অনুধাৱন কৰাৰ বাবে যোগাযোগ কৰা।

    বিভিন্ন উন্নয়নমূলক আঁচনিসমূহ বাস্তৱিকভাৱে নিৰীক্ষণ কৰা।

    মূল্যমান/চানেকী অধ্যয়নকাৰী দলে মূল্যায়ন অধ্যয়ন কৰোতে দলটোক পৰিচালনা কৰা।

    সঞ্চালকে বিভাগৰ বাজেট প্ৰস্তুত কৰা কাৰ্যত আৰু বিভাগৰ অন্যান্য কামত সহায় কৰা।

    সঞ্চালক/সচিব/বিভাগৰ অতিৰিক্ত মুখ্য সচিবে সময়ে সময়ে অৰ্পণ কৰা আন আন কামসমূহ।
    শ্ৰীমতী মৈত্ৰেয়ী দাওলাগুপুবিভাগীয় প্ৰধান

    বিভাগৰ কাম-কাজসমূহ তদাৰক কৰা কামত সঞ্চালক/অতিৰিক্ত সঞ্চালকক সহায় কৰা।

    বিভাগৰ সঞ্চালক/সচিব/অতিৰিক্ত মুখ্য সচিবৰ নিৰ্দেশ মতে বিভিন্ন উন্নয়নমূলক কামৰ বাস্তৱিক নিৰীক্ষণ।

    বিভাগৰ সঞ্চালক/সচিব/অতিৰিক্ত মুখ্য সচিবৰ নিৰ্দেশত মূল্যমান/চানেকী অধ্যয়নকাৰী দলে মূল্যমান অধ্যয়ন কৰোতে দলটোক পৰিচালনা কৰা।

    ৰাজ্যিক মূল্যায়ন কমিটী, মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰগতি ভিডিঅ’ কনফাৰেন্স, বিনিয়োগৰ ওপৰত থকা কেবিনেট কমিটী, প্ৰকল্প নিৰীক্ষণ গোটৰ সভা, স্থায়ী প্ৰকল্প নিৰীক্ষণ গোটৰ সভা আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা পোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ভাৰতৰ মাননীয় প্ৰধান মন্ত্ৰীলৈ পঠোৱা জ্ঞাপকসমূহৰ ইছ্যু আৰু উত্তৰৰ বিৱৰণী প্ৰস্তুত কৰা আদি কামত অতিৰিক্ত সঞ্চালক/সঞ্চালকক সহায় কৰা।

    সঞ্চালক/অতিৰিক্ত সঞ্চালকৰ পৰা সময়ে সময়ে দিয়া বিভিন্ন কামসমূহ

    চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা পোৱা প্ৰগতিৰ খতিয়ান আৰু জিলা উন্নয় কমিটীৰ সভাৰ প্ৰস্তাৱসমূহ নিৰীক্ষণ কৰা কাৰ্যত এ.ডি.এম (ই এণ্ড এম.)ক সহায় কৰা।

    ৪.শ্ৰীমতী এম গুপ্তানিজ্যেষ্ঠ্য গৱেষণা বিষয়া/গৱেষণা বিষয়া/ সহযোগী গৱেষণা বিষয়াঅতিৰিক্ত সঞ্চালক/ বিভাগৰ সঞ্চালকৰ দ্বাৰা নিৰ্দেশিত নিৰ্দেশ অনুযায়ী বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ পৰিচালনা কৰা
    মূল্যাংকন/ প্ৰভাৱ অধ্যয়নৰ পৰিচালনাত চি.অ.ডি/ এ.ডি.এম. ক সহায় কৰা
    ৰাজ্যৰ মূল্যাংকন কমিটি, ৰাজ্যৰ পৰ্য্যবেক্ষণ কমিটি, প্ৰগতি আদিৰ সমীক্ষা বৈঠকৰ কাৰণে ৰিটাৰ্ণ ৰিপোৰ্ট প্ৰস্তুত কৰাত চি.অ.ডি/ এ.ডি.এম.(E&M) ক সহায় কৰা
    বিভিন্ন চৰকাৰী বিভাগৰ পৰা প্ৰাপ্ত বিভিন্ন অগ্ৰগতিৰ ৰিপোৰ্ট আৰু জিলা উন্নয়ন কমিটিৰ বৈঠকৰ সময়ত পোৱা ৰিপোৰ্টৰ পৰ্য্যবেক্ষণ কৰাত চি.অ.ডি/ এ.ডি.এম.(E&M) ক সহায় কৰা
     গৱেষণা সহযোগীপৰ্য্যবেক্ষণ আৰু মূল্যায়ন কাৰ্যক্ৰম সংক্ৰান্ত তথ্য/ অগ্ৰগতিৰ প্ৰতিবেদন সংকলনৰ বাবে চি.অ.ডি/ এচ. আৰ. অ./ আৰ. অ./এ. আৰ. অ. ক সহায়তা কৰা
    মূল্যাংকন অধ্যয়ন/ প্ৰভাৱ অধ্যয়নৰ ৰিপোৰ্ট প্ৰস্তুত কৰাত চি.অ.ডি/ এ.ডি.এম.(E&M) ক সহায় কৰা
    চি.অ.ডি/ এ.ডি.এম.(E&M) ৰ প্ৰাপ্ত নিৰ্দেশ অনুযায়ী সময়ে সময়ে প্ৰতিবেদন/ ৰিটাৰ্ণ সংকলন কৰাৰ বাবে ক্ষেত্ৰ পৰিদৰ্শন কৰা

    দৃষ্টিকোণ পৰিকল্পনা/ এন.এল.চি.পিঃ কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
    শ্ৰী পি পি শইকীয়াঅতিৰিক্ত সঞ্চালকপি পি বিভাগৰ সকলো ফাইল যুটিয়া সঞ্চালকৰ মাধ্যমত পঠোৱা হয়।

    ডঃ ৰুমী শৰ্মা

    শ্ৰী লক্ষ্মীন্দৰ পাটৰ

    জ্যেষ্ঠ্য গৱেষণা বিষয়া

    নলবাৰী, বৰপেটা, বঙ্গাইগাওঁ, ধুবুৰী, গোৱালপাৰা, দৰং, শোণিতপুৰ, লক্ষীমপুৰ আৰু ধেমাজী জিলাৰ একিউ/ পিকিউৰ পি. ডব্লিউ.ড্ প্ৰকল্প।

    কৃষি, ন্যায়িক, এনই আৰএএমএচি, পিএইচই, উদ্যোগ, মস্য পালন, পৰিবহণ, এজি, পৰীক্ষণ বিৱৰণ, তঠ্য জনাৰ অধিকাৰ, পিএম পেকেজ, ১০% জিবিএচৰ অন্তৰ্গত প্ৰকল্প, শক্তি, ইউচি ৰ স্থিতি, ডিপিআৰ পৰামৰ্শদাতা, মন্ত্ৰী(চিএচ)ৰ সমীক্ষা বৈঠক সম্পৰ্কীয় বিষয়সমূহ।

    ডিপিআৰ আদিৰ স্তিতি, জিডিডি, ডব্লিউপিটি ও বিচি(বাক্সা আৰু ওদালগুৰি), স্বাস্থ্য, সমাজ কল্যাণ, পৰীক্ষণ বিৱৰন, ডোনাৰৰ সৈতে সকলোধৰণৰ যোগাযোগ, পিআৰ সচিব আৰু বিভাগীয় পৰ্য্যায়ৰ পৰ্য্যালোচনা বৈঠক, ইউডিডি, ক্ৰিয়া, শিক্ষা, জল সম্পদ, জলসিঞ্চন, একিউ/পিকিউ।

    অগ্ৰাধিকাৰ তালিকা, এমপি প্ৰকল্প, বিআৰঅ, বিটিচি পেকেজ, এনজিঅ, ৰাজ্যপালৰ প্ৰতিবেদন, একিউ/পিকিউ।

    শ্ৰী জ্যোতিষ চন্দ্ৰ ডেকাগৱেষণা বিষয়াপাহাৰীয়া এলেকা, গ্ৰাম্য উন্নয়ন, ডব্লিউপিটি ও বিচি(চিৰাঙ ও কোকোৰাঝাৰ), একিউ/পিকিউ।
    শ্ৰীয্ক্তা সৰস্বতী দেৱীসহকাৰী গৱেষণা বিষয়াতিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ  পিডব্লিউডি প্ৰকল্প,সাংস্কৃতিক বিষয়, পৰ্য্যটন, বিবিধ বিষয়, একিউ/পিকিউ।
    শ্ৰী কৃৰ্তী কমল তালুকদাৰজেষ্ঠ্য প্ৰশাসনিক সহকাৰীসংস্থাপনৰ বিষয়, আন বিভিন্ন
    শ্ৰীযুক্তা সুলতা বৰ্মনজুনিয়ৰ প্ৰশাসনিক সহকাৰীফাইলৰ গতিবিধি, সকলো ধৰণৰ আদেশ, সংস্থাপন বিষয়।
    শ্ৰী সন্দীপ কুমাৰ দাসকমপিউটাৰ/ পিআইএনএলচিপিআৰ প্ৰকল্পৰ বিবৃতি প্ৰণয়ন, কম্পিউটাৰৰ কাম আৰু অন্যান্য।
    শ্ৰী বিশ্বজিত ধৰজুনিয়ৰ এচিচটেণ্টসংস্থাপনৰ বিষয়, বাজেট প্ৰণয়ন, ষ্টেশনাৰী সামগ্ৰী আৰু এচ.আৰ.অ. ৰ লগত সম্পৰ্ক ৰখা।
    শ্ৰীযুক্তা জিলিকা খনম বৰভূঞঁটাইপিষ্টডাকৰ প্ৰাপ্তি আৰু ইচ্ছ্যু
    ১০শ্ৰী গণেশ দাসগ্ৰেড-IVচতুৰ্থ মহলাত থকা সকলো বিষয়াৰ লগত সংযুক্ত হোৱা আৰু ডাক ডেলিভাৰ কৰা।
    ১১শ্ৰী দিল বাহাদুৰ চেত্ৰীগ্ৰেড-IVতৃতীয় মহলাত থকা সকলো বিষয়াৰ লগত সংযুক্ত হোৱা আৰু ডাক ডেলিভাৰ কৰা।

    উত্তৰ-পূৱ পৰিষদঃ কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
    শ্ৰীমতী মিনতি শৰ্মাজেষ্ঠ্য গৱেষণা বিষয়াকৃষি ও সন্মিলিত, বিদ্যুত আৰু পিআৰই, জলসিঞ্চন, বান নিয়ন্ত্ৰণ আৰু ডব্লিউএচএম, উদ্যোগ, পৰ্য্য়টন, এনইআৰচিঅআৰএম, শিক্ষা, সমাজ কল্যাণ, ডব্লিউপিটি ও বিচি, শ্ৰম আৰু কৰ্মসংস্থাপন, বিমান বন্দৰ, পৰিকল্পনা প্ৰণয়ন,এনইচি সভা, বিত্ত মন্ত্ৰীৰ বিশেষ প্যাকেজ প্ৰশিক্ষণ, মুখ্য মন্ত্ৰীৰ পত্ৰ- পত্ৰিকা, ৰাজ্যপালৰ প্ৰতিবেদন আৰু সময়ে সময়ে অৰ্পন কৰা আন আন কাম
    শ্ৰীমতী মিত্ৰা গোস্বামীগৱেষণা বিষয়াপৰিবহন আৰু যোগাযোগ, চিকিত্সা আৰু স্বাস্থ্য, বিজ্ঞান ও প্ৰযুক্তিবিদ্যা আৰু দুৰ্যোগ ব্যৱস্থাপনা, তথ্য প্ৰযুক্তিবিদ্যা ও জনসংযোগ, কলা ও সংস্কৃতি, ক্ৰীড়া, এফডি, কিউপিআৰ, ইউচি,এচি খৰচ, বিধান সভাৰ প্ৰশ্ন, সংসদৰ প্ৰশ্ন, সাৰ্বজনীক খাতা, এনইচি আঁচনিৰ পৰ্য্যালোচনা সভা, বাৰ্ষিক বাজেট প্ৰস্তুতি,সময়ে সময়ে অৰ্পন কৰা আন আন কাম
    শ্ৰীমতী সমীৰা মজুমদাৰ

    গৱেষণা সহায়ক

    শ্ৰীমতা মিনতি শৰ্মা, এচআৰও আৰু সময়ে সময়ে অন্য কোনো কামত সহায় কৰাৰ লগত সংযুক্ত।
    শ্ৰী দিগন্ত বৰুৱাগৱেষণা সহায়কশ্ৰীমতা মিনতি শৰ্মা, এচআৰও আৰু সময়ে সময়ে অন্য কোনো কামত সহায় কৰাৰ লগত সংযুক্ত।
    শ্ৰী অৰূপ কুমাৰ শইকীয়াজুনিয়ৰ সহায়কপৰিকল্পনা আৰি উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰ লগত সংযুক্ত।
    শ্ৰী অপূৰ্ব ডেকাকম্পিউটাৰএচআৰও ও আৰও, ইউ/অ ফাইলৰ ৰক্ষণাবেক্ষণ, ফাইল ইনডেক্স ৰেজিষ্ট্ৰাৰৰ ৰক্ষণাবেক্ষণ, গাৰ্ড ফাইল, কেজুৱেল লিভ/ আৰ্ণ লিভৰ বিষয়, সংস্থাপন বিষয়, এচএডি(একাউণ্টচ)ক বাজেট জমা দিয়া, ষ্টেছনাৰী ষ্টক, তথ্য জনাৰ অধিকাৰ। তেওঁ গৱেষণা বিষয়া শ্ৰীমতী এম গোস্বামীক চিকিত্সা ও স্বাস্থ্য, বিজ্ঞান ও প্ৰযুক্তি, আইটি, তথ্য আৰু জনসংযোগ, ক্ৰীড়া ও যুৱ কল্যাণ, সাংস্কৃতিক বিষয় আৰু প্ৰস্তুতি,সময়ে সময়ে অৰ্পন কৰা আন আন কাম।
    শ্ৰীযুক্তা ইলামিত্ৰা ৰয়টাইপিষ্ট

    চিঅডি, জেষ্ঠ্য গৱেষণা বিষয়া, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া আদিৰ পৰা পোৱা ড্ৰাফটৰ কম্পিউটাৰ টাইপ, সকলো ধৰণৰ চিঠি পত্ৰৰ সময়সীমাৰ ৰচিদ আৰু ডিচপ্যাচ।

    ইয়াৰ উপৰিও, পৰিকল্পনা আৰু উন্নয়ন বিভাগৰঅতিৰিক্ত মূখ্য সচিবে প্ৰযোজন সাপেক্ষে অন্য কাম দিব পাৰে।সকলো বিষয়া ও কৰ্মচাৰীয়ে সংশ্লিষ্ট ফাইল ও কাগজ পত্ৰ সংশ্লিষ্ট জেষ্ঠ্য গৱেষণা বিষয়া, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া হস্তান্তৰ কৰিব লাগে।সকলো ফাইল বিভাগীয় প্ৰধানৰ মাধ্যমেৰে সংশ্লিষ্ট জেষ্ঠ্য গৱেষণা বিষয়া, গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়াৰ পৰা উচ্চতম কৰ্তৃপক্ষলৈ পঠোৱা হয়।

    চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বঃ কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
    শ্ৰী পি পি শইকীয়াঅতিৰিক্ত সঞ্চালকসামগ্ৰীকভাৱে পিপিপি চেলৰ দায়িত্ব
    শ্ৰীয়ুক্তা ডেইজী বশ্যগৱেষণা বিষয়া

    প্ৰশিক্ষণ, কৰ্মশালা আৰু ক্ষমতা বঢ়োৱা।

    প্ৰস্তুতি/নিৰ্দেশিকা পুনৰায় সংশোধন কৰা/ ফ্যৰমেট।

    সময়ে সময়ে অৰ্পণ কৰা আন আন আঁচনি
    শ্ৰী গৌতম হাজৰিকাগৱেষণা বিষয়া

    স্বাস্থ্য, পৰিবহম, কৃষি, ইউডিডি, জিডিডি, পিএইচই, শিক্ষা আৰু তথ্য ও জমসংযোগ/ প্ৰচাৰ সম্পৰ্কিত বিষয়।

    প্ৰকল্পসমূহ- আদাবাৰী বাছ টাৰমিনাছ/ জেইল ভূমি, গুৱাহাটী/ এইচ ও টি প্ৰকল্প/ টিছ্যু কালচাৰ, কৃষি/ জৈৱ বজাৰ, গুৱাহাটী আদি।

    ভাৰত চৰকাৰৰ লগত যোগাযোগ/ ডিইএ/ পৰিকল্পনা কমিশ্বন।

    সময়ে সময়ে অৰ্পণ কৰা আন আন আঁচনি
    শ্ৰী অভিজিত চক্ৰৱৰ্তীসহকাৰী গৱেষণা বিষয়া

    পিডিএফ সংক্ৰান্ত বিষয়- ক) পি ও ডি সাধাৰণ শাখাৰ লগত সমন্বয় সাধন, খ) পিডিএফ নিয়ম।

    শ্ৰম ও কৰ্মসংস্থাপন, আইটি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, চাহ জনগোষ্ঠীৰ কল্যাণ, পিডব্লিউডি(ৰাস্তা), এইচ এন টি, শিক্ষা সম্পৰ্কিত বিষয়।

    প্ৰকল্পসমূহ- এচকেডিচিৰ ও এন এম/ আইটি পাৰ্ক/ একেভিআই/ পৰ্য্যটন/ পিডব্লিউডি(ৰাস্তা)/টিছ্যু কালচাৰ লেবৰেটৰী, বন আৰু পৰিবেশ/ আবাসিক ছোৱাসী বিদ্যালয়।

    ক্ষমতায়ন কমিটি সভা।

    একাউণ্টটেণ্ট জেনেৰেল সম্বন্ধত বিষয়।

    বিভাগীয় ৱেবচাইট সংক্ৰান্তীয় বিষয়।

    বুনিয়াদী আৰু অগ্ৰীম স্তৰৰ পিপিপি ক্ষমতা নিৰ্মাণ কাৰ্য্যক্ৰম।
     

    পুনৰীক্ষণ বৈঠক।

    সময়ে সময়ে অৰ্পণ কৰা আন আন আঁচনি
    শ্ৰী সন্দীপ কুমাৰ দাসকম্পিউটাৰ/ পিআইসংস্থাপনৰ বিষয়, স্থিৰীকৃত সামগ্ৰী সংগ্ৰহ, ক্ষমতায়ন কমিটিৰ বৈঠকৰ প্ৰস্তুতি/ পৰ্য্যালোচনা সভা আদি আৰু অতিৰিক্ত সঞ্চালক, পিপিপি ৰ লগত সংলগ্ন।
    শ্ৰীমতী নিৰু শৰ্মাগ্ৰেড-IVতৃতীয় মহলাৰ গৱেষণা বিষয়া, সহকাৰী গৱেষণা বিষয়া আৰু ডাক ডেলিভাৰীৰ লগত সংযুক্ত।

    জন শক্তিঃ কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
     সঞ্চালকসামগ্ৰীক পৰিদৰ্শন
    শ্ৰীমতী সুজাতা দাসউপ সঞ্চালক

    সঞ্চালকৰ অনুপস্থিতিত সকলো বিভাগীয় কাম-কাজৰ তত্বাৱধান।

    সময়ে সময়ে অৰ্পণ কৰা আন আন কাম

    বিভাগৰ সকলো ফাইল উপ সঞ্চালকৰ মাধ্যমেৰে যায়।
    শ্ৰী গৌতম হাজৰিকাগৱেষণা বিষয়াপিপিপি চেলত স্থাপিত সেৱা
    শ্ৰীমতী নন্দিতা পেগুগৱেষণা বিষয়া

    জন শক্তিৰ ওপৰত স্থিতি প্ৰতিবেদনৰ সংকলন।

    সকলো বিষয়াৰ লগত য়োগায়োগ।
    শ্ৰী ভূপেন মেনাসহকাৰী গৱেষণা বিষয়াশিক্ষা বিভাগত স্থাপিত সেৱা
    শ্ৰী হেমন্ত শৰ্মাগৱেষণা সহকাৰীডিচিপি বিভাগত দিয়া সেৱা
    শ্ৰীমতী সমীৰা মজুমদাৰগৱেষণা সহকাৰীউত্তৰ পূব পৰিষদৰ বিভাগত দিয়া দায়িত্বে

    সাধাৰণ প্ৰশাসনঃ কৰ্ম তালিকা

    ক্ৰমিক নংবিষয়াৰ নামপদবীনিৰূপিত কৰ্ম
    শ্ৰী কে ভি ইয়াপেনআইএএচ, অতিৰিক্ত মূখ্য সচিবসামগ্ৰীকভাৱে পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দায়িত্ব।
    শ্ৰীমতী ইন্দিৰা গগৈএচিএচ, উপ সচিবডিইএচ আৰু উন্নয়ন সেৱাৰ অৱসৰ বৃত্তিৰ বিষয়সমূহ, সকলো চৰকাৰী যানবাহনৰ ক্ৰয়, মেৰামতী আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয় আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ড্ৰাইভাৰ আৱন্তন, বাজেট আৱন্তন, চিলিং চাহিদা আৰু ইচ্ছ্যু, আৰ্থিক প্ৰস্তাৱ অনুমোদন, পৰিকল্পনা আৰু উন্নয়ন বিভাগ আৰু ডিইএচৰ এলটিচি/এইচএলটিচি একাউণ্ট, ৰাজহ জমা, দৈনিক মজুৰি/ যাতায়ত মজুৰিত এচডি য়ে দেখৰেখ কৰে, কেবিনেটৰ সিদ্ধান্ত, তথ্য জনাৰ অধিকাৰ, কৰ্টৰ মোকৰ্দমা, এচিপিএচ, জিপিএফ, অডিট, ড্ৰাফ্ট, পাৰা, চিএজিৰ প্ৰতিবেদন, পৰিকল্পনা সেৱাৰ কৰ্মচাৰীসকলৰ চিকিত্সাৰ ব্যয় পৰিশোধ কৰা, বিধান সভাৰ বিষয় আদি।
    শ্ৰীমতী শিখা পুৰোকায়স্তউপ সঞ্চালকনিটি আয়োগ, ডনাৰ, উত্তৰ পূব পৰিষদৰ কেন্দ্ৰীয় দলৰ পৰিদৰ্শন সম্পৰ্কীয় বিষয়, ডিইএচ আৰু পৰিকল্পনা আৰু উন্নয়ন  বিভাগৰ অগ্ৰিম মটৰ চাইকেল, অগ্ৰিম মটৰ গাড়ী, অগ্ৰিম কম্পিউটাৰ আৰু ঘৰ- বিল্ডং আদি বাষয়, ডিইএচ আৰু পৰিকল্পনা আৰু উন্নয়ন  বিভাগৰ প্ৰশিক্ষণ সম্পৰ্কীয় বিষয়, বিভাগীয় বিষয়সমূহ, ডিইএচ কৰ্মকৰতাৰ প্ৰতিনিধি দল, উপাধ্যক্ষ, ৰাজ্যৰ পৰিকল্পনা বোৰ্ড আৰু ২০ দফীয়া কৰ্মসূচী সম্পৰ্কীয় বিষয় আৰু সকলো ধৰণৰ বিভিন্ন বিষয়।
    শ্ৰী বসন্ত কুমাৰ বৰ্মনসচিবৰ অধিনস্থডিইএচ আৰু পৰিকল্পনা আৰু উন্নয়ন  বিভাগৰ সকলো সংস্থাপন আৰু সেৱা সম্পৰ্কায় বিষয়, ডিইএচ আৰু পৰিকল্পনা আৰু উন্নয়ন  বিভাগৰ কৰ্মচাৰীসকলৰ নিযুক্তি, স্থানান্তৰ আৰু পোষ্টিঙ, কৰ্মচাৰীৰ ক্ৰমবিন্যাস সূচী, এচিআৰ, সেৱাৰ নিয়ম, ছুটি, বেতন বৃদ্ধি আৰু ইবি সম্পৰ্কীয় বিষয় , কোৰ্টৰ মোকৰ্দমা আদি
    শ্ৰী চকায়ত হুচেইনজেষ্ঠ্য প্ৰশাসনিক সহায়কসংবাদ পত্ৰ, টেলিফোন বিল, ছুটি বঢ়োৱা, ডিইএচ আৰু পৰিকল্পনা আৰু উন্নয়ন  বিভাগৰ কৰ্মচাৰীসকলৰ বিদ্যুত বিল, বিধান সভা, পেন্সন, এলটিচি/ ইএলটিচি, চিকিত্সাৰ ব্যয় পৰিশোধ, অগ্ৰিম জিপিএফ আদি সম্পৰ্কীত বিষয়।
    শ্ৰী এন জে কলিতাজেষ্ঠ্য প্ৰশাসনিক সহায়কসকলো সংস্থাপনৰ আৰু সেৱা সম্পৰ্কীয় বিষয়, কৰ্মচাৰীসকলৰ নিযুক্তি, স্থানান্তৰ আৰু পোষ্টিঙ, কৰ্মচাৰীৰ ক্ৰমবিন্যাস সূচী, এচিআৰ, সেৱাৰ নিয়ম,পদ সৃষ্টি আৰু স্বভাৱিককৰণ, ক্ষতিপূৰণৰ ভিত্তিত নিযুক্তি আৰু কেজুৱেল কৰ্মচাৰী, ডিইএচৰ কোৰ্টৰ মোকৰ্দমা, আবন্তিত বিষয় আদিৰ ওপৰত বিধান সভাৰ প্ৰশ্ন।
    শ্ৰীমতী এল কোঁৱৰজেষ্ঠ্য প্ৰশাসনিক সহায়কসকলো সংস্থাপনৰ আৰু সেৱা সম্পৰ্কীয় বিষয়, কৰ্মচাৰীসকলৰ নিযুক্তি, স্থানান্তৰ আৰু পোষ্টিঙ, কৰ্মচাৰীৰ ক্ৰমবিন্যাস সূচী, এচিআৰ, সেৱাৰ নিয়ম,পদ সৃষ্টি আৰু স্বভাৱিককৰণ, ক্ষতিপূৰণৰ ভিত্তিত নিযুক্তি আৰু কেজুৱেল কৰ্মচাৰী, ডিইএচৰ কোৰ্টৰ মোকৰ্দমা, আবন্তিত বিষয় আদিৰ ওপৰত বিধান সভাৰ প্ৰশ্ন।
    শ্ৰী এন ডেকাজুনিয়ৰ সহায়কসকলো চৰকাৰী যানবাহনৰ ক্ৰয়, মেৰামতী আৰু ৰক্ষণাবেক্ষণ সম্পৰ্কীয় বিষয় আৰু পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ড্ৰাইভাৰ আৱন্তন, বাজেট আৱন্তন, চিলিং চাহিদা আৰু ইচ্ছ্যু, আৰ্থিক প্ৰস্তাৱ অনুমোদন, পৰিকল্পনা আৰু উন্নয়ন বিভাগ আৰু ডিইএচৰ  একাউণ্ট, ৰাজহ জমা, দৈনিক মজুৰি/ যাতায়ত মজুৰিত এচডি য়ে দেখৰেখ কৰে, কৃষি গণনা, অৰ্থনৈতিক গণনা, ইনপুট জৰীপ, ত্ৰয়োদশ বিত্ত আয়োগ আদি।
    শ্ৰী কিশানু হাজৰিকাজুনিয়ৰ প্ৰশাসনিক সহায়কপদৰ ৰক্ষণ, স্থানান্তৰ আৰু  আৰএ ৰ পৰা সঞ্চালকলা পৰিকল্পনা বিভাগৰ পোষ্টিঙ সম্পকীয় বিষয়, গ্ৰেড IVৰ পৰা জেষ্ঠ্য এএ ৰ অগ্ৰগতি তালিকা সম্পৰ্কীয় বিষয়, এচিআৰ ৰ ৰক্ষণাবেক্ষণ, গ্ৰেড IVৰ আৰু জেষ্ঠ্য এএ ৰ সেৱা বিধিসমূহ, উন্নয়ন বিভাগৰ , কম্পউটাৰ আৰু সঞ্চালকৰ সংস্থাপন আৰু সেৱা বিষয়(নিয়োগ/ পদ্দোন্নতি), কোৰ্টৰ মোকৰ্দমা আৰু এক্যু আদি।
    ১০শ্ৰীমতী উপাসনা দত্তজুনিয়ৰ প্ৰশাসনিক সহায়কপৰিকল্পনা বিভাগৰ পদৰ ৰক্ষণ সম্পকীয় বিষয়, ৰাজ্যৰ ভিতৰত আৰু বাহিৰত পৰিকল্পনা আৰু উন্নয়ন বিভাগ আৰু ডিইএচৰ প্ৰশিক্ষণ কাৰ্যসূচী, পৰিকল্পনা আয়োগ, ভিআইপি, ডোনাৰৰ কেন্দ্ৰীয় দলৰ ভ্ৰমণ আদি।
    ১১শ্ৰীমতী ৰুলিনা হাফলঙবাৰকম্পিউটাৰ অপাৰেটৰঅৰ্থ বিভাগ/ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ লগত সংযুক্ত।
    ১২শ্ৰী টিংকু বৰাকম্পিউটাৰ অপাৰেটৰপৰিকল্পনা বিভাগৰ সংস্থাপন বিভাগৰ লগত সংযুক্ত।
    ১৩শ্ৰীমতী কবিতা কাকতিটাইপিষ্টশাখাৰ লগত জড়িত
    ১৪শ্ৰী ধীৰাজ দাসকম্পিউটাৰফাইলৰ গতিবিধিৰ লগত জড়িত
    ১৫শ্ৰী চিদ্দিক আলিকম্পিউটাৰশাখাৰ লগত জড়িত
    ১৬শ্ৰীমতী গীতা ভূঞাঁকম্পিউটাৰচিঠি লোৱা, ইচ্ছ্যু কৰা আৰু ডকেটিঙৰ লগত সংযুক্ত।
    ১৭শ্ৰীমতী কাশ্মিৰী কাকতিকম্পিউটাৰফাইলৰ গতিবিধিৰ লগত আৰু অন্যান্য বিষয়ৰ লগত জড়িত।
    ১৮শ্ৰী মণ্টু ৰাম কলিতাগ্ৰেড-IVপৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সাধাৰণ শাখাৰ লগত সংযুক্ত।
    ১৯শ্ৰী ডিম্বশ্বৰ শইকীয়াগ্ৰেড-IVপৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সাধাৰণ শাখাৰ লগত সংযুক্ত।
    ২০শ্ৰী জি তালুকদাৰগ্ৰেড-IVপৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সাধাৰণ শাখাৰ লগত সংযুক্ত।
    ২১শ্ৰী কৰুণা মিশ্ৰগ্ৰেড-IVইচ্ছ্যু শাখাৰ লগত সংযুক্ত।
    ২২শ্ৰী বি এন দাসগ্ৰেড-IVপৰিকল্পনা আৰু উন্নয়ন বিভাগৰ সাধাৰণ শাখাৰ লগত সংযুক্ত।