মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগ

বহনক্ষম উন্নয়ন লক্ষ্য, ২০৩০ আৰু অসম

ঘটনাসমূহৰ সময় পঞ্জী (২০১৬ৰ জানুৱাৰীৰ পৰা ২০১৬ৰ জুনলৈ)

বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ দিকদৰ্শন কৰ্মশালা-

(জানুৱাৰী ৫, ২০১৬)

সকলো বিভাগলৈ মুখ্য সচিবৰ পত্ৰ

কৰ্মশালাসমূহৰ সময়ত আলোকিত বিষয়সমূহৰ তথ্য

বহনক্ষম উন্নয়ন লক্ষ্যসমূহ ৰূপায়ণৰ কাৰণে বিভাগ অনুযায়ী লক্ষ্যসমূহৰ অন্বেষণ

কৰ্মশালাসমূহৰ সময়ছোৱাত আগবঢ়োৱা উপস্থাপনাসমূহ

পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ উপস্থাপনাসমূহ

সহস্ৰাব্দৰ বিকাশ লক্ষ্যৰ ওপৰত আগবঢ়োৱা উপস্থাপনাসমূহ

গৌতম বৰুৱাৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

অমিয় কুমাৰ দাস প্ৰতিষ্ঠানৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

বিত্ত বিভাগৰ উপস্থাপনাসমূহ

বহনক্ষম উন্নয়ন লক্ষ্য সম্পৰ্কে অনুষ্ঠিত হোৱা অংশীদাৰী সন্মিলনসমূহ

(১০ আৰু ১১ ফেব্ৰুৱাৰী, ২০১৬)

            ২০১৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০ আৰু ১১ তাৰিখে অসম চৰকাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যসমূহ সম্পৰ্কে এখন অংশীদাৰী সন্মিলন অনুষ্ঠিত কৰে। পৃথিৱীৰ ভিতৰত চৰকাৰৰ তৰফৰ পৰা লোৱা এই ধৰণৰ পদক্ষেপ সম্ভৱতঃ এয়াই প্ৰথম। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা ২০১৬ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে আবেলি ৫ বজাত এই সন্মিলনখনৰ শুভ উদ্বোধনী কৰা হয়। ‘Skype’ (সকাইপ)ৰ জৰিয়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়া ইউনিভাৰ্চিটীৰ আৰ্থ ইনষ্টিটিউটৰ অধ্যাপক জোফ্ৰে চচ্চৰ দ্বাৰা উদ্বোধনী ভাষণ সম্বোধন কৰা হয়। বহনক্ষম উন্নয়ন লক্ষ্যসমূহ ৰূপায়ণ কৰাত অসম চৰকাৰক দ্য আৰ্থ ইনষ্টিটিউটে সহযোগিতা কৰে।

১১ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা কাৰিকৰী সভাখনত বিভিন্ন কৰ্পোৰেট গোষ্ঠী, শিক্ষানুষ্ঠান, বেচৰকাৰী সংগঠন, চৰকাৰী বিভাগৰ প্ৰতিনিধিবৰ্গৰ লগতে নানা অনুষ্ঠানৰ পৰা নানা ধৰণৰ ব্যক্তি উপস্থিত থাকে।

            পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ উপ মুখ্য সচিবৰ আমন্ত্ৰণ

            সন্মিলনৰ কাৰ্যক্ৰমণিকা-

অংশীদাৰী সন্মিলনখনৰ সময়ছোৱাত আগবঢ়োৱা উপস্থাপনাসমূহ-

ড০ শিৱ সোমেশ্বৰৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

শ্ৰী শিলাদিত্য চেটাৰ্জীৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ড০ অনুৰাগ প্ৰিয়দৰ্শীৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ড০ অমিয় কুমাৰ শৰ্মাৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ড০ কে. এম. বুজৰবৰুৱাৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

মিত্ৰগোটৰ অংশীদাৰসকলৰ সন্মিলন (AASC) ৩০ মাৰ্চ,২০১৬

সংযুক্ত ৰাষ্ট্ৰ উন্নয়ন কাৰ্যক্ৰমৰ এছিয়া-পেচিফিক গোটৰ নেতা যোছেফ দ’ ক্ৰুজৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান (IIM) , কালীপুৰৰ ডি.পি. উনিয়াল আৰু ৰজত শৰ্মাৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

বহনক্ষম লক্ষ্যসমূহৰ কাৰ্যবাহী দলৰ সভা (CS ৰ সন্মিলন হল)

বহনক্ষম উন্নয়ন লক্ষ্য কেন্দ্ৰৰ ড০ আৰ.এম. ডুবেৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

জল সম্পদ বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

পঞ্চায়ত আৰু গ্ৰামীণ বিকাশ বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক সুৰক্ষা বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

পৰিবেশ আৰু বন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

উদ্যোগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

PW(R) বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(১ এপ্ৰিল, ২০১৬)

শিক্ষা বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

উচ্চ শিক্ষা বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

কাৰিকৰী শিক্ষা বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(২ এপ্ৰিল, ২০১৬)

পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

শক্তি (Eleci) বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

                                               

বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ কৰ্মশালা (৩১ মাৰ্চৰ পৰা ৬ এপ্ৰিল)

কৌশলপত্ৰ আৰু কৰ্যপন্থাসমূহৰ আৱশ্যকীয় উপাদানসমূহ

কাৰ্যপন্থাৰ দফাসমূহ-

বহনক্ষম উন্নয়ন লক্ষ্যৰ সভাসমূহ/উপস্থাপনা (১১ আৰু ১২ মে, ২০১৬)

(১১ মে,২০১৬)

কৃষি বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

মীন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

জলসিঞ্চন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ভূমি সংৰক্ষণ বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(১২ মে,২০১৬)

হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম উদ্যোগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

পৰিবহন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

জলসম্পদ বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

পৰ্যটন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(১৩ মে,২০১৬)

সংখ্যালঘু উন্নয়ন বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন WPT & BC বিভাগৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(১১ মে,২০১৬)

সামাজিক পৰিৱৰ্তন আৰু উন্নয়নৰ অমিয় কুমাৰ দাস শিক্ষানুষ্ঠানৰ দ্বাৰা আগবঢ়োৱা উপস্থাপনা

(১৭ মে,২০১৬)

তথ্য, যোগাযোগ আৰু প্ৰযুক্তিৰ ভূমিকা সম্পৰ্কে জে. সত্যনাৰায়ণই আগবঢ়োৱা উপস্থাপনা

প্ৰথম আৰু দ্বিতীয় জুন,২০১৬ৰ পৰা – অসম প্ৰশাসনীয় কৰ্মচাৰী মহাবিদ্যালয়, খানাপাৰা

ক্ষমতা সৃজন – বহনক্ষম উন্নয়ন লক্ষ্যত প্ৰশিক্ষণ উন্নীতকৰণ

প্ৰথম আৰু দ্বিতীয় জুন তাৰিখে বহনক্ষম উন্নয়ন লক্ষ্যসমূহৰ প্ৰশিক্ষণৰ এক প্ৰতিবেদন

বহনক্ষম উন্নয়ন লক্ষ্যসমূহত অংশগ্ৰহণকাৰীসকলৰ পৰিচয় তালিকা